← ফুৰি যাওক

সূৰ্য্য বিপ্ৰ

xur.jyo bip.ro

অৰ্থ

1.

১৫০৯ - ১৬৮৬ চনত উত্তৰ প্ৰদেশৰ কনৌজৰ পৰা অহা ১১ জন Sakaldwipiya Brahmins `ৰ ভিতৰত যিকেইজন গণনা কৰাত ভাল আছিল (astrology , perform various Vedic rituals, name-giving ceremony called ganana) তেখেত সকলৰ কাৰণে আহোম ৰজাই গণক বুলি এটা সম্প্ৰদায়ৰ জন্ম দিছিল৷

A cast or community. A group of 11 brahmins who came to Assam between 1509-1686 AD from present day Kanauj of Uttar Pradesh. They were brought by the then Ahom king for their skill in Mathematics and bookkeeping.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ