← ফুৰি যাওক

ৱাংচু

wang.su

অৰ্থ

1.

ৱাংচু জনগোষ্ঠীৰ লোকসকল নাগালেণ্ড সীমান্তত অৱস্থিত তিৰাপ জিলাৰ পশ্চিম ভাগত বাস কৰে৷ তেওঁলোক ৰঙিয়াল আৰু কঠোৰ পৰিশ্ৰমী লোক৷ পূৰ্বতে শিৰশ্চেদ প্ৰথা কৰা তেওঁলোকৰ পৰম্পৰা আছিল৷

A tribal people inhabiting the Patkai hills of Longding District in the state of Arunachal Pradesh, India. They have a population of 35,000.

জাতিবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৱাংচু · অসমীয়া অভিধান