কঁতৰা
kam̐tarā
অৰ্থ
1.
ঢেঁকীৰ নেজৰ ফালে দুফালে পুতি দিয়া এযোৰ খুঁটা, যাৰ কানত আষস-শলায়ে ঢেঁকীটো দাঙি ধৰি থাকে
the posts supporting the rice-cleaning pedal
বি.
2.
জৰী বাটি থাকোঁতে তাক মেৰাই থৈ নিবলৈ দুয়ো মূৰে দীঘলকৈ কাণ কাটি লোবা বাঁহৰ সঁজুলি।
বি.
3.
পছ-শিঙৰ ফেৰেঙণি
a branch of a horn of deer, etc.
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ