← ফুৰি যাওককত'বাkata'bāঅৰ্থ1.অনিশ্চিত কোনো ঠাইত; ক'ৰবাতat some unknown placeক্ৰি. বিণ.সমাৰ্থক শব্দক'তবাত · ka'tabātaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ