← ফুৰি যাওক

ফলিত পদাৰ্থবিজ্ঞান

pho.li.to po.dar.tho.bi.gyan

অৰ্থ

1.

পদাৰ্থ বিজ্ঞানৰ এটি শাখা৷ এই শাখা পদাৰ্থ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যাৰ সংযোগী কাম কৰে৷

Applied physics is physics which is intended for a particular technological or practical use. It is usually considered as a bridge or a connection between physics and engineering.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফলিত পদাৰ্থবিজ্ঞান · অসমীয়া অভিধান