← ফুৰি যাওক

হালধীয়া জবা

ha.lo.dhi.ya jo.ba

অৰ্থ

1.

হালধীয়া ৰঙৰ জবা প্ৰজাতিৰ ফুল। হাৱাই দ্বীপৰ জাতীয় ফুল।

This is a weedy form of Hibiscus from Australia. It can be found in India and Sri Lanka. It is sometimes used as an ornamental plant.

জাতিবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হালধীয়া জবা · অসমীয়া অভিধান