পাইপাই
pai.pai
অৰ্থ
1.
সকলো দিশ বহলাই বা খৰচি মাৰি কৰা, যেনেঃ এটা যাত্ৰাৰ বিষয়ে বহলাই কোৱা
A minute or thorough treatment or account, e.g., went into detail about his travels
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
ইংৰাজী আগষ্ট মাহৰ সময়ত কাৰ্বি সকলে পালন কৰা মাহ।
the Karbi traditional name for the month corresponding to August.
সংজ্ঞাবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ