← ফুৰি যাওক

শংঙ্কৰাচাৰ্য্য

xong.ko.ra.sar.jyo

অৰ্থ

1.

অষ্টম নবম শতিকাৰ বিখ্যাত হিন্দু পণ্ডিত৷ অদৈত্যবাদৰ প্ৰবক্তা৷-শংকৰাচাৰ্য্যৰ গুৰু অসমীয়া, কুমাৰিল ভট্ট নাম- গোৱালপাৰা অঞ্চলৰ বাহ্মিণ পণ্ডিত৷ মীমাংসা দৰ্শণৰ প্ৰৱক্তা৷ শংকৰাচাৰ্য্যক তৰ্কত পৰাভূত কৰিছিল৷

Adi Shankara was a philosopher and theologian from India who consolidated the doctrine of Advaita Vedanta. He is credited with unifying and establishing the main currents of thought in Hinduism. In religeous phyloshophical debate, he was defeated by Kumaril Bhatta, an Assamese Brahmin from Goalpara district.

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শংঙ্কৰাচাৰ্য্য · অসমীয়া অভিধান