মেম্বৰ
mem.bor
অৰ্থ
1.
সমাজ, দল, সম্প্ৰদায়, বৰ্গ বা তেনে কোনো সমষ্টিৰ অংশবিশেষ এক ব্যক্তি, জন্তু, উদ্ভিদ ইত্যাদি
a person, animal, plant, group, etc., that is part of a society, party, community, taxon, or other body
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ