← ফুৰি যাওক

ইব্ৰাহিম

ib.ra.him

অৰ্থ

1.

ইব্ৰাহিম বা ইব্ৰাহীম, সম্মানাৰ্থে হজৰত ইব্ৰাহিম বা জনাব ইব্ৰাহিম৷ ইচলাম ধৰ্মৰ এজন গুৰুত্বপূৰ্ণ নবী৷

known as Abraham in the Hebrew bible, is recognized in Islam as a prophet and apostle

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইব্ৰাহিম · অসমীয়া অভিধান