← ফুৰি যাওক

চতুৰাৰ্য্য সত্য

অৰ্থ

1.

বুদ্ধ ধৰ্মত ৪টা মহান সত্যক- চতুৰাৰ্য্য সত্য- বোলে৷ এইকেইটা হল- দুখ কি; দুখৰ কাৰণ; দুখৰ অৱসান আৰু দুখ মিশ্ৰণৰ পথ৷

The Four Noble Truths are as follows: 1. The truth of Dukkha; 2. The truth of the origin of Dukkha; 3. The truth of the cessation of Dukkha; 4. The truth of the path, the way to liberation from Dukkha

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চতুৰাৰ্য্য সত্য · অসমীয়া অভিধান