← ফুৰি যাওক

নৰসিংহ বিহু

অৰ্থ

1.

পৰাগ মিচিং জনগোষ্ঠী লোকসকলৰ এটা উল্লেখযোগ্য কৃষিভিত্তিক উৎসৱ, এই উৎসৱ ৫ দিন জুৰি উদযাপন কৰা হয়৷ সাধাৰণতে খেতি চপোৱাৰ পিচত এই উৎসৱ পতা হয়৷ সৃষ্টিকৰ্তা, মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়৷ এই উৎসৱ গাওঁ ডেকা-গাভৰুসকলৰ নেতৃত্বত অনুষ্ঠিত হয় কাৰণে ৰং-আনন্দৰ মাজেদি পতা হয়৷ আলি আঃয়ে লৃগাঙৰ দৰে এই উৎসৱতো প্ৰচুৰ গীত-মাত, নৃত্য আদিৰ আয়োজন হয়৷ এই উত্সৱৰ আন এটা নাম হৈছে `নৰসিংহ বিহু`৷

A festival of Mising Tribe of Assam.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ