← ফুৰি যাওক

সংযুক্ত আৰব আমিৰাত

xong.juk.to a.rob a.mi.rat

অৰ্থ

1.

মধ্যপ্ৰাচ্য অঞ্চলত আৰব উপদ্বীপৰ দক্ষিণ-পূৱ কোনত অৱস্থিত সাতখন স্বাধীন ৰাষ্ট্ৰৰ এখন ফেডাৰেচন।

A country located in the southeast end of the Arabian Peninsula on the Persian gulf.

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সংযুক্ত আৰব আমিৰাত · অসমীয়া অভিধান