← ফুৰি যাওক

গংগোত্ৰী হিমবাহ

gong.go`.tri hi.mo.bah

অৰ্থ

1.

উত্তৰাঞ্চল প্ৰদেশত অৱস্হিত হিন্দু ধৰ্ম্মাৱলম্বীৰ এখন প্ৰধান তীৰ্থস্হান ৷ ই সাগৰ পৃষ্ঠৰ পৰা প্ৰায়ে ৩২০০ মিঃ উচ্চতাত আৰু ঋৃষিকেশৰ পৰা ২৪৮ কিঃ মিঃ দূৰত্বত অৱস্হিত ৷

Gangotri is a pilgrims place of Uttaranchal pradesh. It is situated at an altitude of abuot 3,200 mts. and 248 kms. away from Rishikesh.

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গংগোত্ৰী হিমবাহ · অসমীয়া অভিধান