← ফুৰি যাওক

কঁৰাল্

kam̐rāl

অৰ্থ

1.

ঠাল-ঠেঙুলি বা ওখৰা- মোখৰা গুচাই নিমজ কৰ্

to make smooth by removing branches or uneven parts

অক. ধা.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কঁৰাল্ · অসমীয়া অভিধান