← ফুৰি যাওক

কঠীয়া-তোলা কৰ্

অৰ্থ

1.

ৰোবতী মাটিত চাৰি সীৰ অৰ্থাৎ চাৰিবাৰ হাল বা; কঠীয়া-তলী যি ঠাইত কঠীয়া সিঁচে; কঠীয়া সিঁচিবলৈ উপযুক্ত মাটি

rice seedling bed; land fit for growing rice seedling

2.

কোনো কাৰ্য্যৰ বাবে সাজু হোবা ঠাই; যেনে-"কাঁড়ী কঠীয়া-তলি।"

ground for preparation

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ