বাম উকিল
bam u.kil
অৰ্থ
1.
বিনা ক্ষমতাৰে ক্ষমতা দেখুওৱা মানুহ ।
a person who claims a right to a title or position.
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
প্ৰকৃত সত্য নজনাকৈ কাৰোবাৰ পক্ষত ওকালতি কৰা লোক
one who pleads for someone without knowing the truth
জাতিবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ