← ফুৰি যাওক

ইয়াণ্ডাবু সন্ধি

iyan.da.bu xon.dhi

অৰ্থ

1.

ইৰাৱতী নদীৰ পাৰত থকা এখন সৰু কমাৰ গাঁও ইংৰাজ আৰু ব্ৰহ্মদেশৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ বাবে ই ইতিহাস প্ৰসিদ্ধ৷

The Treaty of Yandabo which ended the First Anglo-Burmese War, was signed in Yandabo on 24 February 1826

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইয়াণ্ডাবু সন্ধি · অসমীয়া অভিধান