কঁঠালগুটীয়া
kam̐ṭhālaguṭīẏā
অৰ্থ
1.
কঁঠালৰ গুটিৰ দৰে নিচেই সৰু এবিধ চৰাই; যেনে-"টুনী আৰু কঁঠালগুটীয়াই তপত কৰিলে তেল" (পক্ষীপুৰাণ)
a kind of very small bird
বি.
2.
কঁঠাল-গুটিৰ দৰে সৰু কিন্ত্ত পূৰঠ।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ