← ফুৰি যাওক

অধিৱাস

o.dhi.bax

অৰ্থ

1.

মানুহে বাস কৰা মাটি বা ইটাৰে সঁজা ঘৰ।

a building constructed from adobe clay or bricks.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

অধিবাস হৈছে কোনো পৱিত্ৰ বৈদিক অনুষ্ঠানৰ আগৰ দিন৷ এইদিনা কৰ্তা আৰু সংশ্লিষ্ট ব্যক্তিসকলে নীতি-নিয়মৰ পালনেৰে অতিবাহিত কৰিব লাগে৷

Hindu ritual. Day before a religious occation.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অধিৱাস · অসমীয়া অভিধান