← ফুৰি যাওক

কঠা

kaṭhā

অৰ্থ

1.

দহমুঠি পৰিমাণ (চাউল ধান আদিৰ); আধেৰ পৰিমাণ

half a seer quantity

বি.

2.

দহমুঠি বা আধেৰ ধৰা জোখা পাত্ৰ (ধান আদিৰ)

a measure having a capacity of half a seer

বি.

3.

কুৰি লোচা (মাটিৰ পৰিমাণ)

twenty lochas (of land)

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ