← ফুৰি যাওক

কঁঠলুবা

kam̐ṭhalubā

অৰ্থ

1.

কঁঠাল এঠাৰ দৰে লিকটা; আঠা- যুক্ত

sticky; clayey

বিণ.

2.

এবিধ বনৰীয়া ওখ ডাঙৰ সুকাঠী গছ, যাৰ কাঠ কঁঠাল গছৰ কাঠৰ নিচিনা হালধীয়া

a kind of forest tree; Pyrenaria barring-toniafolia

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কঁঠলুবা · অসমীয়া অভিধান