← ফুৰি যাওক

ইউফ্ৰেটিছ

iu.phre.tis

অৰ্থ

1.

টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ ইৰাকৰ দুখন নদীৰ নাম৷ আজিও বৈ আছে এই নদী ইৰাকৰ বুকুৰ মাজেৰে৷ গঢ় লৈ উঠিছিল ইৰাকৰ ভূমিতে মেছ`প`টেমিয়া সভ্যতা৷ গ্ৰীক ভাষাত মেছ`প`টেমিয়াৰ অৰ্থ দুই নদীৰ মাজৰ ভূমি৷ 

The Euphrates River is the western member of the two great rivers that define Mesopotamia, the other being the Tigris. The river flows south from the mountains of southeastern Turkey through Iraq.

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইউফ্ৰেটিছ · অসমীয়া অভিধান