← ফুৰি যাওক

মেঘ-বিস্ফোৰণ

megh-bis.pho`.ron

অৰ্থ

1.

খুব কম সময়ত হোৱা বহুত বেছি পৰিমানৰ বৰষুণ৷

A cloudburst is an extreme amount of precipitation, sometimes with hail and thunder, which normally lasts no longer than a few minutes but is capable of creating flood conditions.

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মেঘ-বিস্ফোৰণ · অসমীয়া অভিধান