← ফুৰি যাওক

ইয়াং চি কিয়াং

i.yang si ki.yang

অৰ্থ

1.

চীনৰ অঞ্চলৰ আটাইতকৈ দীঘল নদী৷ ই পৃথিবীৰ বৰ দীঘল নদীবোৰৰ এখন৷

Yangtze is a long river , the longest river, and the most abounding in Eurasia, the third river in the world’s affluent and length. It passes through China and it has a length of about 6300 km and a basin area of 1808.5 km ²

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইয়াং চি কিয়াং · অসমীয়া অভিধান