হাৱাজান
ha.wa.jan
অৰ্থ
1.
এখন জান বা জুৰি৷ অৰুণাচলৰ পৰা আহি খাৰাই উপনদীত পৰিছে৷ লখিমপুৰ আৰু শোণিতপুৰ জিলাক ভাগ কৰিছে।
A riverlet coming from Arunachal ends at Kharoi tributary of Brahmaputra. It divides Lakhimpur and Sonitpur district of Assam.
সংজ্ঞাবাচক বিশেষ্য
2.
লখিমপুৰ আৰু শোণিতপুৰ জিলাৰ সীমামূৰীয়া সৰু ঠাই৷
A small township between Lakhimpur and Sonitpur district.
সংজ্ঞাবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ