দুধনৈ
অৰ্থ
1.
মেঘালয়ৰপৰা ওলাই দুধনৈ আৰু কৃষ্ণাই মাটিয়া অঞ্চলত একেলগ হৈ মৰনৈ নাম লৈ ব্ৰহ্মপুত্ৰত পৰিছে।
Coming from Meghalaya hills Dudhnoi and Krishnai togather meets Brahaputa as Mornoi.
সংজ্ঞাবাচক বিশেষ্য
2.
গোৱালপাৰা জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উল্লেখযোগ্য ঠাই
A place in Goalpara district in southern bank of Brahmaputra
সংজ্ঞাবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ