← ফুৰি যাওক

বতৰ-বিজ্ঞানী

bo.tor-bi.gya.ni

অৰ্থ

1.

বায়ুমণ্ডল আৰু ইয়াৰ সৈতে জড়িত বতৰ আৰু জলবায়ু সংক্ৰান্তীয় পৰিঘটনা সম্পৰ্কে অধ্যয়ন কৰা বিজ্ঞানৰ বিশেষজ্ঞ

a scientist or expert on the science dealing with the atmosphere and its phenomena, including weather and climate

জাতিবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বতৰ-বিজ্ঞানী · অসমীয়া অভিধান