← ফুৰি যাওক

প্ৰলোভিত

pro.lo`.bhi.to

অৰ্থ

1.

ইন্দ্ৰিয় সুখ বা অন্য যিকোনো সোৱাদ বস্তুলৈ বৰকৈ লোভ কৰা৷

Fond of dainty things or sensual pleasure.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

খাবলৈ বা কৰিবলৈ আকৰ্ষিত হোৱা বা লোভ অনুভৱ কৰা

attracted or tempted to do or eat (something)

কৃদন্ত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

প্ৰলোভিত · অসমীয়া অভিধান