← ফুৰি যাওক

নান্দীমুখ-শ্ৰাদ্ধ

nan.di.mukh-srad.dho

অৰ্থ

1.

বিয়া আদি গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আগেয়ে নজনা পূৰ্বপুৰুষক সুৱঁৰি কৰা বিশেষ পূজা বা শৰাধ (হিন্দু প্ৰথামতে)।

a special prayer in honour of nine predecessors performed before an important event like marriage ceremony (according to Hindu rites).

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নান্দীমুখ-শ্ৰাদ্ধ · অসমীয়া অভিধান