← ফুৰি যাওক

ফৰ্মূটি মাৰ্

phor.mu.ti mar

অৰ্থ

1.

(ওখ গছৰ পৰা ফল পাৰিবলৈ) গছৰ ডাল, বাঁহ বা কাঠৰ সৰু টুকুৰা ওপৰলৈ মাৰি পঠা

to throw a twig to get a fruit fall on the ground from a tree

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফৰ্মূটি মাৰ্ · অসমীয়া অভিধান