← ফুৰি যাওক

অদ্যপি

o.dyo.pi

অৰ্থ

1.

বৰ্তমান সময়লৈকে চলি থকা বুজাবলৈ ব্যৱহাৰ কৰা হয় |

Used to describe a situation that has existed up to this point or up to the present time.

ক্ৰিয়া বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অদ্যপি · অসমীয়া অভিধান