← ফুৰি যাওক

যুক্তৰাজ্য

xuk.to.rajyo

অৰ্থ

1.

ইংৰাজসকলৰ দেশ। যুক্তৰাজ্যৰ এক অংশ।

the land of the English people. England is a country that is part of the United Kingdom. It shares land borders with Scotland to the north and Wales to the west. The Irish Sea lies north west of England, whilst the Celtic Sea lies to the southwest.

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

এক শাসন ব্যৱস্থা য’ত বহুকেইখন ৰাষ্ট্ৰ একগোট হয়, কিন্তু নিজ নিজ অভ্যন্তৰিণ কাম-কাজত স্বাধিন হৈ থাকে৷

A system of government in which several states form a unity but remain independent in internal affairs.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যুক্তৰাজ্য · অসমীয়া অভিধান