← ফুৰি যাওক

পৰিৱৰ্ত্তনকামী

po.ri.bor.ton.ka.mi

অৰ্থ

1.

প্ৰচলিত সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্ত্তন সাধিবলৈ বিচৰা

eager to bring in change in the prevailing social or political system

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ