← ফুৰি যাওক

কচ

kaca

অৰ্থ

1.

একোঁচা জোঙা বাঁহৰ শলি এডাল দীঘল বাঁহৰ মূৰত বান্ধি লোবা মাছ খোঁচা সঁজুলি; পঁচা

a pronged bamboo pole used for spearing fish

বি.

2.

বৱহস্পতিৰ পুতেক; শুক্ৰাচাৰ্য্যৰ শিষ্য [এওঁ যুদ্ধত মৰা দেবতাৰ সৈন্যক জীয়াবলৈ শুক্ৰাচাৰ্য্যৰ ওচৰত মন্ত্ৰ শিকিছিল]।

বি.

3.

বচা মাছৰ আৰ্য্যাৰ কিন্ত্ত তাতকৈ বহুগুণে ডাঙৰ এবিধ নৈত থকা, গাত বাকলি নথকা বগা মাছ

a kind of fish; silundia gangetica

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ