← ফুৰি যাওক

কঙ্ক

kaṅka

অৰ্থ

1.

এবিধ ঠোঁট, ডিঙি আৰু ঠেং দীঘল চৰাই; যেনে -"কোণ্ডা কঙ্ক বক; বিবিধ চটক; ভ্ৰমন্ত নিৰ্ভয়ভাবে" (কীৰ্ত্তন)

a bird of the heron family

বি.

2.

যুধিষ্ঠিৰ ৰজাৰ এটা নাম, এই নাম লৈ বিৰাট ৰজাৰ নগৰত তেওঁ অজ্ঞাত বাস কৰিছিল।

বি.

3.

ভণ্ড বামুণ; যেনে-"কিৰাত কছাৰী; খাসি গাৰো মিৰি; যবন কঙ্ক গোবাল" (

বি.

4.

য় স্কন্ধ)

a pretended brāhman

বি.

5.

এখন দেশৰ নাম; যেনে-"কৌৰব কুকুৰ আৰু কঙ্ক নাম দেশ" (মা. ক. কিষ্কিন্ধ্যাকাণ্ড)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ