← ফুৰি যাওক

কুটুৰি থাক্

ku.tu.ri thak

অৰ্থ

1.

কোনো কাম কৰাৰ বাবে বাৰে-বাৰে কৈ থাক্

repeatedly ask to do something

সকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কুটুৰি থাক্ · অসমীয়া অভিধান