← ফুৰি যাওক

কঁকিলা-সজীয়া

অৰ্থ

1.

কঁকিলা মাছৰ সাজ বা গঢ়ৰ; কঁকিলা মাছৰ নিচিনা দীঘল, গোটা আৰু গা-লাহী

long and slender

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কঁকিলা-সজীয়া · অসমীয়া অভিধান