← ফুৰি যাওক

গেনগেনীয়া

gen.ge.ni.ya

অৰ্থ

1.

নাকে দি মতা, নাকেৰে উচ্চাৰণ কৰা

Sounding as if the nose were pinched

প্ৰকৃত বিশেষণ

2.

rough and low in pitch voice or behavior

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গেনগেনীয়া · অসমীয়া অভিধান