← ফুৰি যাওক

কঁকিলা

kam̐kilā

অৰ্থ

1.

এবিধ বগা, গোটা মুখত দীঘল দাঁত থকা মাছ; বয়সত এবেগেত, এমুঠনমান দীঘল হয়; কোনোবে ইয়াক ঢোল-মাৰি আৰু ইয়াৰ পোনাক খৰিকাজিৰা বোলে

a kind of white, round and long fish; the belone concila

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কঁকিলা · অসমীয়া অভিধান