← ফুৰি যাওক

চূড়

sur

অৰ্থ

1.

চৰাইৰ মূৰৰ পাখি

the feathers on the head of birds

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

বৰ্ণহিন্দুৰ এক প্ৰথা অনুসৰি ল’ৰাৰ গোটেইটো মূৰ খুৰাই মাজ মূৰত ৰখা এডাল চুলি

a single hair left on the head (of a male) as a part of a ritual observed by caste Hindus

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ