← ফুৰি যাওক

অত্যুৎসাহ

o.tyut.xah

অৰ্থ

1.

কোনো বিষয় বা কাৰণ সম্পৰ্কে অতিশয় আগ্ৰহ বা উত্তেজনা।

Great excitement for or interest in a subject or cause.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অত্যুৎসাহ · অসমীয়া অভিধান