← ফুৰি যাওক

কাৰুকাৰ্য্য

ka.ru.kar.jyo

অৰ্থ

1.

শিল্পকাৰ্য্যত থকা পাৰ্গতালি বা শিল্পীয়ে কৰা সৃষ্টিমূলক কাৰ্য্য

the act or skill of a craftsperson or artisan; the quality of something made, as by an artisan

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাৰুকাৰ্য্য · অসমীয়া অভিধান