← ফুৰি যাওক

পিট্-পিটাই ফুৰ্

pit-pi.tai phur

অৰ্থ

1.

কোনো নিৰ্দ্দিষ্ট উদ্দেশ্য বা গন্তব্য নোহোৱাকৈ ইফালে-সিফালে খোজ কাঢ়ি ফুৰ্

to walk around slowly in a relaxed way or without any clear purpose or direction

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পিট্-পিটাই ফুৰ্ · অসমীয়া অভিধান