ক
ka
অৰ্থ
1.
ব্যঞ্জন বৰ্ণৰ প্ৰথম আখৰ
the first letter of the consonants
2.
ব্ৰহ্মা; যেনে-"ক ই শ পদে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ" (নামঘোষা)
বি.
3.
[সং. কথ্] সক. ধা. কথা ক; মাত ্; বোল্; বৰ্ণনা কৰ্
to speak; to utter; to tell
বি.
4.
[পু. অ.] ষষ্ঠী বিভক্তিৰ চিন; যেনে -"আৰ নুশুনব বেণু কদম্বক মূল" (বৰগীত)।
বি.
5.
(পু. অ.) ধাতুবয়ব; যেনে -"খাইলেক; কৰিলেক।" ক-ফলা বি. ব্যঞ্জনবৰ্ণবিলাক।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ