← ফুৰি যাওক

পাঁয়তাৰা

pa~y.ta.ra

অৰ্থ

1.

ৰঙ বিৰঙৰ কাপোৰ, অলঙ্কাৰ, প্ৰসাধন আদিৰে গাৰ শোভা বৃদ্ধি কৰা|

The action of decorating yourself with something colorful and interesting.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পাঁয়তাৰা · অসমীয়া অভিধান