ঔৰ্ব্ব
aurbba
অৰ্থ
1.
সাগৰৰ তলিত থকা জুই; ঔৰ্ব্ব মুনিৰ ক্ৰোধ-ৰূপ জুই সাগৰত পৰিলত এই জুইৰ উদ্ভব হ'ল
submarine fire
বি.
সমাৰ্থক শব্দ
2.
এজন মুনিৰ নাম [কীৰ্ত্তবীৰ্য্যৰ সন্তানবিলাকে ভৱগু-বংশ প্ৰায় নিৰ্ম্মূল কৰা দেখি ভৱগু বংশৰ এজনী তিৰোতাই তেওঁৰ গৰ্ভটো লুকাই ৰাখি এটি পুত্ৰ জন্মায়; এই ঊৰু-জাত সন্তানেই ঔৰ্ব্বমুনি]।
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ