← ফুৰি যাওক

ঔপন্যাসিক

aupanyāsika

অৰ্থ

1.

উপন্যাস-লিখোঁতা

a novelist

বি.

2.

উপন্যাসৰ; উপন্যাস-সম্পৰ্কীয়

pertaining to a fiction or novel

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঔপন্যাসিক · অসমীয়া অভিধান