← ফুৰি যাওক

গৰু-ৰখীয়া

go.ru-ro.khi.ya

অৰ্থ

1.

গৰু চৰাবলৈ লৈ যোৱা মানুহ ৷ সাধাৰণতে গৰু চৰাবলৈ লৈ যোৱা ডেকা ল’ৰা ৷

A villager, especially adolescent who tends the cattle of the village and takes them out to graze.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গৰু-ৰখীয়া · অসমীয়া অভিধান