← ফুৰি যাওক

ঔ আই

au, āi

অৰ্থ

1.

বিস্ময় বা দুখ বুজোবা মাত

an exclamation of surprise or sorrow

অব্য.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঔ আই · অসমীয়া অভিধান